নাইট ৰাইডাৰ্ছৰ সন্মুখত চেন্নাই চুপাৰ কিংছ
কলকাতাৰ ইডেন গাৰ্ডেনত দেওবাৰৰ দিনটোৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব চেন্নাই চুপাৰ কিংছ । দুয়োটা দলেই ইয়াৰ পূৰ্বে ২০ খন মেচত মুখামুখি হৈছে । য'ত চেন্নাই চুপাৰ কিংছে ১২ খন আৰু কলকাতা নাইট ৰাইডাৰ্ছে ৭ খন মেচত জয় লাভ কৰিবলৈ সক্ষম হয় । আনহাতে এখন মেচ অমীমাংসিত হৈ ৰয় । উল্লেখ্য যে, ইয়াৰ পূৰ্বৰ মেচত কলকাতা দলটোৱে নিজ গৃহভূমিত দিল্লী কেপিটেলছৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে চেন্নাই চুপাৰ কিংছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে জয় লাভ কৰিবলৈ সক্ষম হৈছিল । আজিৰ মেচখনক লৈ চাওঁক ইটিভি ভাৰতৰ আই পি এল বিশেষ...