অসম

assam

ETV Bharat / videos

49 সংখ্যক মেচৰ পিচত আই পি এলৰ পইণ্টছ তালিকা - RCB

By

Published : May 1, 2019, 3:36 AM IST

আই পি এলত মঙলবাৰে অমীমাংসিত হৈ ৰয় ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মাজত অনুষ্ঠিত মেচখন ৷ বৰষুণৰ বাবে স্থগিত হয় মেচখন ৷ ইয়াৰ ফলত প্লে অফৰ দৌৰৰ পৰা বাহিৰ হয় বিৰাট নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷ বৰ্তমান পইণ্টছ তালিকাখন হৈছে এনেধৰণৰ...

ABOUT THE AUTHOR

...view details