অসম

assam

বৃহস্পতিবাৰে আৰ চি বিৰ সন্মুখত মুম্বাই ইণ্ডিয়ানছ

By

Published : Mar 28, 2019, 4:44 PM IST

দ্বাদশ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত বৃহস্পতিবাৰে আৰ চি বিৰ মুখামুখি হ'ব মুম্বাই ইণ্ডিয়ানছ ৷ চলিত চিজনৰ আই পি এলৰ প্ৰথম খেল পৰাজয়েৰে আৰম্ভ কৰা দুয়োটা দলেই বৃহস্পতিবাৰে প্ৰত্যাৱৰ্তনৰ লক্ষ্যেৰে খেলপথাৰত নামিব ৷

ABOUT THE AUTHOR

...view details