অসম

assam

ETV Bharat / videos

6 এপ্ৰিল : আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

By

Published : Apr 6, 2019, 10:37 PM IST

বিশ্বজুৰি 6 এপ্ৰিল দিনটো পালন কৰি অহা হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে ৷ পোন প্ৰথমবাৰৰ বাবে 2013 চনৰ 23 আগষ্টত ৰাষ্ট্ৰ সংঘই আন্তঃৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণাৰ লগতে সকলো দেশকে পালন কৰাৰ বাবে আহ্বান জনায় ৷ সেই উদ্দেশ্যে 2014 চনত প্ৰথম বাৰৰ বাবে বিকাশ আৰু শান্তিৰ বাবে প্ৰথমবাৰৰ বাবে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ অৱশ্যে ফ্ৰান্সৰ পিয়েৰ ডি কুবৰ্টিনৰ প্ৰয়াসতে 1896 চনৰ 6 এপ্ৰিলত অনুষ্ঠিত হৈছিল আধুনিক অলিম্পিক ৷ যাৰ বাবে এই দিনটোত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ চাওঁক ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details