অসম

assam

ETV Bharat / videos

EXCLUSIVE: দুতী চান্দৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

By

Published : Jul 15, 2019, 9:02 PM IST

ভাৰতীয় অলিম্পিক স্প্ৰিণ্টাৰ দুতী চান্দৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ ৷ ক্ৰিকেটকলৈ কি ক’লে দুতীয়ে ? শেহতীয়াকৈ নেপালত অনুষ্ঠিত হোৱা 100 মিটাৰ বিশ্ব ইউনিভাৰ্চিটি গেম্ছত সোণৰ পদক বুটলি আনিবলৈ সক্ষম হৈছিল ওড়িশাৰ অলিম্পিক স্প্ৰিণ্টাৰ দুতী চান্দে ৷ ইউনিভাৰ্চিটি গেম্ছত 100 মিটাৰ দৌৰৰ প্ৰৱেশ কৰি অভিলেখ গঢ়িছিল খেলুৱৈগৰাকী ৷ এতিয়া খেলুৱৈগৰাকীৰ লক্ষ্য হৈছে জাপানত অনুষ্ঠিত হ’বলগীয়া 2020 টকিঅ’ অলিম্পিকলৈ ৷ দুতীয়ে আৰু কি ক’লে শুনক আমাৰ এই প্ৰতিবেদনত..

ABOUT THE AUTHOR

...view details