আজি চেন্নাই চুপাৰ কিংছ বনাম দিল্লী কেপিটেলছ - চেন্নাই চুপাৰ কিংছ
আই পি এলৰ পঞ্চমখন মেচত মঙলবাৰে মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছ বনাম দিল্লী কেপিটেলছ ৷ দিল্লীৰ ফিৰোজ শ্বাহ কোটলাত সন্ধিয়া 8 বজাত অনুষ্ঠিত হ’ব এই বহু প্ৰত্যাশিত মেচখন ৷ মেচখনক লৈ ইটিভি ভাৰতৰ এক বিশেষ অনুষ্ঠান 'আই পি এল বিশেষ'