অসম

assam

ETV Bharat / videos

স্বৰ্ণ কন্যা হিমা দাসৰ বাসগৃহত উখল মাখল পৰিৱেশ

By

Published : Jul 21, 2019, 5:10 PM IST

দূৰন্ত গতিৰে স্বৰ্ণজয় যাত্ৰা অব্যাহত ৰাখিছে হিমা দাসে । ১৮ টা দিনত পাঁচটাকৈ স্বৰ্ণ পদক লাভ কৰিছে দৌৰৰ ৰাণী হিমা দাসে ৷ শনিবাৰে চেক গণৰাজ্যত অনুষ্ঠিত ৪০০ মিটাৰ ইভেণ্টত পঞ্চমটো স্বৰ্ণ পদক অৰ্জন কৰিলে অসম কন্যা ধিং এক্সপ্ৰেছ হিমা দাসে । ৫২.৯ ছেকেণ্ডত এই কৃতিত্ব লাভ কৰে হিমা দাসে ৷ হিমাৰ এই অদ্ভূত সাফল্যৰ কান্ধুলিমাৰিস্থিত হিমাৰ বাসগৃহত আগমন ঘটিছে শুভাকাংক্ষীৰ লগতে উৎফুল্লিত হৈ পৰিছে ধিঙবাসী ৷

ABOUT THE AUTHOR

...view details