অসম

assam

By

Published : May 7, 2021, 2:24 PM IST

ETV Bharat / videos

কিয় কৰ’ণাত আক্ৰান্ত নহয় ৰাখী শ্বাৱন্ত !

সমগ্ৰ দেশতে কৰ’ণাৰ দ্বিতীয় প্ৰবাহে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে অভিনেত্ৰী ৰাখী শ্বাৱন্তে সাংবাদিকৰ আগত কৰিছে এক বিস্ফোৰক মন্তব্য ৷ ৰাখী আৰু তেওঁৰ পৰিয়াল কেতিয়াও কৰ’ণাত আক্ৰান্ত নহয় ৷ কিন্তু কিয়? এই সন্দৰ্ভত কি ক’লে ৰাখীয়ে, শুনক তেওঁৰ মুখেৰে...

ABOUT THE AUTHOR

...view details