আচুৰ্য বৰপাত্ৰৰ গীতত অৰণ্য মানৱ - অসমৰ এগৰাকী জনপ্ৰিয় সংগীত শিল্পী আচুৰ্য বৰপাত্ৰ
অসমৰ এগৰাকী জনপ্ৰিয় সংগীত শিল্পী আচুৰ্য বৰপাত্ৰৰ " তোৰহে জিৰণি নাই" শীৰ্ষক গীতটোত দেখিবলৈ পোৱা গ'ল পদ্মশ্ৰী যাদৱ পায়ঙক ৷ অৰণ্যৰ এক সুন্দৰ পৰিৱেশৰ মাজত শ্বুটিং কৰা এই গীতটোৱে প্ৰকৃতিৰ নিৰ্মলতা খিনিৰ কথাকেই যেন প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছে ৷