অসম

assam

ETV Bharat / videos

বলীউডৰ অভিনেতা সুৰজ পাঞ্চলিৰ সৈতে ই টি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ - অভিনেতা সুৰজ পাঞ্চোলিৰ সৈতে ই টি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

By

Published : Nov 6, 2019, 3:25 PM IST

ই টি ভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতকাৰত অভিনেতা গৰাকীয়ে ব্যক্ত কৰিলে নিজৰ জটিল সময়বোৰৰ কথা ৷ 2015 চনত হিৰ' চলচ্চিত্ৰৰ জৰিয়তে অভিনেতাগৰাকীয়ে পদাৰ্পণ কৰে বলীউড ক্ষেত্ৰখনত ৷ এইবাৰ তেওঁ পুনৰ উভতি আহিছে আগন্তুক চলচ্চিত্ৰ 'চেটেলাইট শংকৰ'কলৈ ৷ ই টি ভি ভাৰতৰ সাংবাদিকক অভিনেতাগৰাকীয়ে ব্যক্ত কৰিলে নিজৰ ব্যক্তিগত আৰু পেচাগত বহু কথা ৷

ABOUT THE AUTHOR

...view details