অসম

assam

ETV Bharat / videos

লক ডাউনৰ সময়ছোৱাত কি পণ লৈছে জনপ্ৰিয় কন্ঠশিল্পী বৰ্ণালী কলিতাই !

By

Published : Apr 7, 2020, 7:52 PM IST

Updated : Apr 7, 2020, 8:26 PM IST

লক ডাউনত নিজকে সুস্থ কৰি তোলাৰ পণ ল'লে সুকন্ঠী গায়িকা বৰ্ণালী কলিতাই ৷ এই উদেশ্য লৈ শিল্পীগৰাকীয়ে প্ৰতিদিনে কৰি গৈছে শৰীৰ চৰ্চা ৷ গানৰ তালে তালে শৰীৰ চৰ্চাৰ কৰাৰ লগতে এখন পুষ্টিকৰ খাদ্যৰ তালিকাও প্ৰস্তুত কৰিছে । ব্যায়াম কৰাৰ সমান্তৰালকৈ নিজৰ লগতে পৰিয়ালৰ বাবে ৰন্ধা বঢ়াও কৰিছে কণ্ঠ শিল্পী বৰ্ণালী কলিতাই।
Last Updated : Apr 7, 2020, 8:26 PM IST

ABOUT THE AUTHOR

...view details