অসম

assam

ৰাজ কুন্দ্ৰাই Bigg Boss ৰ প্ৰতিযোগীসকলক লক্ষ্য কৰি লৈছিল : সাগৰিকা সুমনৰ অভিযোগ

By

Published : Jul 27, 2021, 7:28 PM IST

ৰাজ কুন্দ্ৰা পৰ্ণ’গ্ৰাফী (Pornography) কাণ্ড সন্দৰ্ভত পুনৰ এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মডেল সাগৰিকা সুমনে (Sagarika Suman) ৷ সাগৰিকা সুমনে জনোৱা মতে, ৰাজ কুন্দ্ৰাই বিগ বছ (Bigg Boss)ৰ প্ৰতিযোগীসকলক বিশেষভাৱে লক্ষ্য কৰি লৈছিল ৷ লগতে তেওঁ কয় যে, ৰাজ কুন্দ্ৰাৰ কোম্পানীৰ সৈতে কাম কৰিবলৈ আৰ্চি খানক (Arshi Khan) চুক্তিবদ্ধ কৰা হৈছিল ৷ কিন্তু অন্তিম সময়ত আৰ্চিয়ে 5 লাখ টকা দাবী কৰাৰ বাবে কোম্পানীটোৱে আৰ্চিৰ সৈতে কাম নকৰাৰ সিদ্ধান্ত লয় ৷

ABOUT THE AUTHOR

...view details