অসম

assam

ETV Bharat / videos

ৰোমাণ্টিক পোষ্টেৰে শিল্পা শেট্টীক জন্মদিনৰ শুভেচ্ছা স্বামীৰ

By

Published : Jun 8, 2021, 9:53 PM IST

বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টীৰ 46 সংখ্যক জন্মদিনত স্বামী ৰাজ কুন্দ্ৰাই শিল্পাৰ সৈতে একেলগে কটোৱা সুন্দৰ মুহূৰ্তৰ ফটো আৰু ভিডিঅ’ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে । শিল্পাৰ প্ৰতি থকা মৰম প্ৰকাশ কৰি ৰাজে ভিডিঅ’টিৰ আৰম্ভণি হিচাপে 2013 চনৰ আচিকী 2 ছবিখনৰ পৰা অৰিজিৎ সিঙৰ হিট ‘তুম হি হো’ গীতটি বাছনি কৰে । চাওক এই বিশেষ ভিডিঅ’টি...

ABOUT THE AUTHOR

...view details