অসম

assam

ETV Bharat / videos

বহু দিনৰ বিৰতিৰ পিছত পুনৰ চলচ্চিত্ৰ নিৰ্দেশক ৰূপত ৰাঘৱ ল'ৰেঞ্চ

By

Published : Jun 2, 2019, 2:48 PM IST

লক্ষ্মী ব'ম্বৰ নিৰ্দেশক ৰূপত পুনৰ বলিউডলৈ উভতিছে ৰাঘৱ ল'ৰেঞ্চ । জানিবলৈ পোৱা মতে, এই চলচ্চিত্ৰখনত অভিনয় কৰিব অভিনেতা অক্ষয় কুমাৰে । উল্লেখ্য যে, তামিল ব্লকব্লাষ্টাৰ 'কঞ্চনা'ৰ পুনঃনিৰ্মাণ ৰাঘৱ ল'ৰেঞ্চৰ নিৰ্দেশনাত আহিবলগা 'লক্ষ্মী ব'ম্ব' ছবিখন ৷ আগন্তুক বৰ্ষৰ ৫ জুনত মু্ক্তি পাব ৰাঘৱ ল'ৰেঞ্চৰ 'লক্ষ্মী ব'ম্ব' ।

ABOUT THE AUTHOR

...view details