অসম

assam

ETV Bharat / videos

দীপিকা পাডুকনৰ চপ্পককলৈ দৰ্শকৰ প্ৰতিক্ৰিয়া - মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত বহুল চৰ্চিত ছবি 'চপ্পক'

By

Published : Jan 10, 2020, 8:00 PM IST

মুক্তি পালে মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত বহুল চৰ্চিত ছবি 'চপ্পক' ৷ এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ জীৱনৰ সঁচা ঘটনাৰ ওপৰত আধাৰিত ছবিখনত দীপিকা পাডুকনৰ অভিনয়ক প্ৰশংসা কৰিছে যথেষ্ট দৰ্শকে ৷ স্ক্ৰীণ প্লেৰ পৰা আৰম্ভ কৰি ছবি পৰিচালনালৈকে ,কি ক'লে দৰ্শকে ? আহক শুনো তেওঁলোকৰ মুখেৰেই .....

ABOUT THE AUTHOR

...view details