অসম

assam

By

Published : Jan 24, 2020, 8:13 PM IST

ETV Bharat / videos

কংগনাৰ পাংগা চাই কেনে পালে দৰ্শককে ?

মুক্তি পালে কংগনা ৰাণাৱতৰ নতুন ছবি পাংগা ৷ ছবিখনত কংগনাই এগৰাকী মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে যি এসময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাডী খেলুৱৈ আছিল ৷ কংগনা অভিনীত কাবাডী আৰু জীৱনৰ বহু প্ৰত্যাহ্বান সম্বলিত পাংগা ছবিখন চাই কেনে পালে দৰ্শকে ? আহক শুনো দৰ্শকৰ মুখেৰেই .....

ABOUT THE AUTHOR

...view details