অসম

assam

ETV Bharat / videos

লক ডাউনৰ মাজতে ধুমুহাৰ দুৰন্ত গতি - ৰাহুল গৌতম শৰ্মাৰ কথাৰে দীপক দে'ৰ পৰিচালনাৰে মুকলি হ'ল ধুমুহা

By

Published : Jun 20, 2020, 5:31 PM IST

Updated : Jun 21, 2020, 5:43 PM IST

লক ডাউনৰ মাজতে শেহতীয়াকৈ মুক্তি লাভ কৰিছে নৱ প্ৰজন্মৰ এগৰাকী নৱতম কন্ঠশিল্পী গৌতম কোঁৱৰৰ ধুমুহা নামৰ এটি গীত ৷ দীপক দে' পৰিচালনা কৰা ধুমুহা শীৰ্ষক গীতটি মুকলিৰ পিছতে গীতটিয়ে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ গীতটো দৰ্শকে আদৰি লোৱাৰ বাবে স্বাভাৱিকতে সুখী হৈ পৰিছে গীতটিৰ লগত জড়িত কলা-কুশলী সকল। ইটিভি ভাৰতৰ সৈতে গীতটিৰ লগত জড়িত কলা-কুশলী আৰু পৰিচালকৰ এক আছুতীয়া সাক্ষাৎকাৰ ।
Last Updated : Jun 21, 2020, 5:43 PM IST

ABOUT THE AUTHOR

...view details