অসম

assam

ETV Bharat / videos

মলাইকাই শিকালে দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কিটিপ - মলাইকাই জনালে কেনেকৈ বঢ়াব দেহৰ প্ৰতিৰোধ ক্ষমতা

By

Published : Jul 5, 2020, 8:52 PM IST

জনপ্ৰিয় অভিনেত্ৰী মলাইকা অৰোৰাই নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে শেহতীয়াকৈ এটা ভিডিঅ' প্ৰকাশ কৰে ৷ য'ত তেওঁ কেনেকৈ দেহৰ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰি সেই বিষয়ে কৈছে ৷ অনুৰাগীসকলে শেহতীয়াকৈ যথেষ্ট পচন্দ কৰিছে তেওঁৰ এই বিশেষ ভিডিঅ'টো ৷

ABOUT THE AUTHOR

...view details