অসম

assam

By

Published : Mar 5, 2020, 11:57 AM IST

ETV Bharat / videos

ৰোহিত চেট্টীৰ প্ৰশংসাত পঞ্চমুখ কৰণ জোহৰ

শেহতীয়াকৈ মুক্তি পালে ৰোহিত চেট্টীৰ আগন্তুক ছবি সূৰ্যবংশীৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰ মুক্তি অনুষ্ঠানত ছবি নিৰ্মাতা কৰণ জোহৰে ৰোহিত চেট্টীক তেওঁৰ ভাল কামৰ বাবে যথেষ্ট প্ৰশংসা কৰে ৷ লগতে তেওঁ কয়, "মই বিগত পাঁচ বছৰত এখনো ছবি বনোৱা নাই আৰু ৰোহিতে 2000 কোটি টকা অৰ্জন কৰি ল'লে ৷"

ABOUT THE AUTHOR

...view details