অসম

assam

ETV Bharat / videos

অসুস্থ অঞ্চুলাক হাস্পতালত সাক্ষাৎ ভনীয়েক জাহ্নৱীৰ - জাহ্নৱী

By

Published : Jun 7, 2021, 9:12 PM IST

মুম্বাইস্থিত হিন্দুজা হাস্পতালত চিকিৎসাধীন হৈ থকা অঞ্চুলা কাপুৰক সাক্ষাৎ কৰিবলৈ হাস্পতালত উপস্থিত হয় ভনীয়েক জাহ্নৱী কাপুৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে অৰ্থাৎ 5 জুনৰ মাজনিশা হাস্পতালতত ভৰ্তি কৰোৱা হৈছিল অঞ্চুলাক । দেহৰ ৰক্তচাপ আৰু শৰ্কৰাজনিত সমস্যাৰ বাবে চিকিৎসাধীন হৈ আছে অঞ্চুলা ৷

ABOUT THE AUTHOR

...view details