অসম

assam

By

Published : May 10, 2020, 7:40 PM IST

ETV Bharat / videos

জেকলিন ফাৰণাণ্ডেজে নিৰ্মাণ কৰিছে লক্ ডাউন বিশেষ ছবি

পুৱাৰ পৰা সন্ধিয়ালৈ কিহত ব্যস্ত থাকে অভিনেত্ৰী জেকলিন ফাৰণাণ্ডেজ ? সকলোখিনি দেখুৱাই নিৰ্মাণ কৰিলে লক্ ডাউন বিশেষ ভিডিঅ' ৷ চাও আহক, জেকলিনৰ মাই লিটল্​ ফিল্ম নামৰ 3 মিনিট 49 চেকেণ্ডৰ বিশেষ ভিডিঅ'টো..

ABOUT THE AUTHOR

...view details