অসম

assam

By

Published : Sep 2, 2019, 7:34 PM IST

ETV Bharat / videos

বি-তাৰকাৰ ৰিল আৰু ৰিয়েল লাইফত গণেশ চৰ্তুথী

বি-টাউনৰ চেলিব্ৰেটীসকলে কেৱল ৰিল লাইফতে নহয় ৰিয়েল লাইফতো উদযাপন কৰে গণেশ উৎসৱ ৷ সেয়া লাগিলে চলমানে খানেই হওক বা ঋত্বিক ৰোশনেও হওক সকলোৱে জাতি ধৰ্ম ভেদাভেদ পাহৰি উদযাপন কৰে গণেশ উৎসৱ ৷ সবিশেষ সামৰি আমাৰ এক বিশেষ প্ৰতিবেদন.....

ABOUT THE AUTHOR

...view details