অসম

assam

ETV Bharat / videos

দুই নগা যুৱতীৰ কৰ'ণা সজাগতামূলক নৃত্য - কৰ'ণা সজাগতামূলক নৃত্য পৰিৱেশন

By

Published : Apr 30, 2020, 3:02 PM IST

বিশ্বৰ সাম্প্ৰতিক সময়ৰ প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ডৰ 1 নং এন.চি.চি গাৰ্লছ বেটেলিয়নৰ পৰা ছাৰজেন্ট ৱাঞ্চিৱেনী এন.কিথান আৰু কেডেট বেনচিল' হামষ্ট'ই পৰিৱেশন কৰিলে কৰ'ণা সজাগতামূলক নৃত্য ৷ এই নৃত্যটো জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াসৰ বাবে প্ৰচাৰ কৰিছে এন.চি.চি গাৰ্লছ বেটেলিয়নৰ দুই যুৱতীয়ে ৷ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰৰ মুখপাত্ৰ, ৱিং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ইটিভি ভাৰতলৈ প্ৰেৰণ কৰিলে এই ভিডিঅ' ৷

ABOUT THE AUTHOR

...view details