কামাণ্ডো-3 চাই কি ক'লে দৰ্শকে ? - আদিত্য দত্তৰ দ্বাৰা নিৰ্দেশিত ছবি কামাণ্ডো-3
বিদ্যুৎ জামাল , যি সদায় নিজৰ একচন ছবিৰ বাবে জনাজাত তেওঁৰ সদ্যমুক্তি প্ৰাপ্ত ছবি কামাণ্ডো-3য়ে পুনৰবাৰ সেই কথাকে প্ৰতিপন্ন কৰে ৷ আদিত্য দত্তৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনৰ একচনক শলাগিছে বহুজনে ৷ কেৱল একচনেই নহয় বিদ্যুত জামাল আৰু আদা শৰ্মাৰ অভিনয়কো প্ৰশংসা কৰিলে দৰ্শকে ৷