অসম

assam

ETV Bharat / videos

চিৰঞ্জীৱ থিয়েটাৰৰ 'মেডিকেল কলেজৰ মনালিছা' গীত মুকলি

By

Published : Aug 12, 2019, 10:46 AM IST

নগাঁও জিলাৰ কামপুৰৰ নিজ নাৰিকলিত থকা চিৰঞ্জীৱ থিয়েটাৰৰ আখৰা গৃহত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় চিৰঞ্জীৱ থিয়েটাৰৰ মেডিকেল কলেজৰ মনালিছা নাটকৰ গীত । আনুষ্ঠানিকভাৱে চিৰঞ্জীৱ থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী সকলে গীতটি মুকলি কৰে । গীতটো গাইছে জনপ্ৰিয় কণ্ঠ শিল্পী দিক্ষুয়ে ৷

ABOUT THE AUTHOR

...view details