অনুৰাগীলৈ বি-টাউনবাসীৰ হোলীৰ শুভকামনা - অনুৰাগীলৈ বি-টাউনবাসীৰ হোলীৰ শুভকামনা
সমগ্ৰ দেশবাসীৰ লগতে হোলীৰ আনন্দত আত্মহাৰা বি-টাউনবাসী ৷ হোলী উপলক্ষে বলীউড তাৰকাসকলে শুভকামনা জ্ঞাপন কৰিছে অনুৰাগীসকলক ৷ কৰীণা কাপুৰ,কৰিশ্মা কাপুৰৰ পৰা আৰম্ভ কৰি বিগ বচ-13ৰ প্ৰতিযোগীলৈকে সকলো চেলিব্ৰেটীয়ে অনুৰাগীক জনালে হোলীৰ বিশেষ বাৰ্তা ৷