অসম

assam

ETV Bharat / videos

ইটালীত কি কৰিছে বৰষাৰাণী বিষয়া, নিশিতা গোস্বামী আৰু তনভী শৰ্মাই ? - ইটালীত অসম পৰ্যটন উন্নয়ন খণ্ডৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা

By

Published : Nov 5, 2019, 6:04 PM IST

অ'চম আসামৰ বিশেষ পদক্ষেপ ৷ ইটালীৰ পৰ্যটন বিভাগ আৰু পৰ্যটন সংস্থাৰ সৈতে অসমৰ পৰ্যটন বিভাগক চিনাকী কৰাই দিয়া তথা অসম পৰ্যটন বিভাগৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যে ইটালীত উপস্থিত হৈছে অসম পৰ্যটন উন্নয়ন খণ্ডৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷ তেওঁৰ লগতে ইটালীত উপস্থিত হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্যশিল্পী বৰষা ৰাণী বিষয়া, নিশিতা গোস্বামী আৰু তনভী শৰ্মা ৷ অসমৰ তিনিওগৰাকী অভিনেত্ৰী তথা নৃত্যশিল্পীয়ে ইটালীত প্ৰদৰ্শন কৰিছে অসমীয়া কলা সংস্কৃতি ৷

ABOUT THE AUTHOR

...view details