অসম

assam

ETV Bharat / videos

কেব সন্দৰ্ভত কি স্থিতি দীপলিনাৰ ? - নাগৰিকত্ব সংশোধনী বিধেয়ক

By

Published : Dec 9, 2019, 6:43 PM IST

ৰাজ্য জ্বলিছে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৷ এই বিধেয়কৰ বিৰোধিতাৰে ওলাই আহিছে ৰাজ্যবাসী ৷ ক্ষান্ত থকা নাই শিল্পী সমাজো ৷ বহুজনে কেব সন্দৰ্ভত স্পষ্ট কৰিছে নিজৰ স্থিতি ৷ অসমৰ জনপ্ৰিয় সংগীত শিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাইও কেবৰ বিৰোধিতা কৰি স্পষ্ট কৰে নিজৰ স্থিতি ৷

ABOUT THE AUTHOR

...view details