অসম

assam

ETV Bharat / videos

শ্বুটিং শ্বেটত ঝাড়ু দিছে কেটৰিণা কাঈফে, অক্ষয় কুমাৰে কৰিলে ভিডিঅ' শ্বেয়াৰ

By

Published : Feb 4, 2020, 11:19 AM IST

Updated : Feb 4, 2020, 11:43 AM IST

অক্ষয় কুমাৰে শেহতীয়াকৈ সূৰ্যবংশীৰ শ্বুটিং শ্বেটৰ পৰা শ্বেয়াৰ কৰে কেটৰিণা কাঈফৰ এক বিশেষ ভিডিঅ' ৷ য'ত কেটৰিণা কাঈফে এজোৰ বগা ৰঙৰ চেলৱাৰ পৰিধান কৰি শ্বুটিং শ্বেটত ঝাড়ু দি থকা পৰিলক্ষিত হৈছে ৷ অক্ষয় কুমাৰ আৰু কেটৰিণা কাঈফ অভিনীত , ৰাহুল চেট্টীৰ এই আগন্তুক পুলিচ-ড্ৰামাখন ছবিগৃহলৈ আহিব অহা 27 মাৰ্চ তাৰিখে ৷
Last Updated : Feb 4, 2020, 11:43 AM IST

ABOUT THE AUTHOR

...view details