পদ্মশ্ৰী বিৰ্তকঃ তীক্ষ্ণ প্ৰত্যুত্তৰ আদনান চামীৰ - আদনান চামীৰ পদ্মশ্ৰী পুৰস্কাৰ লাভ
আদনান চামীয়ে পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰাৰ পিছতে একাংশই চ'ছিয়েল মিডিয়াত আগবঢ়াইছিল আপত্তিজনক মন্তব্য ৷ এই সকলো মন্তব্যৰ তীক্ষ্ণ প্ৰত্যুত্তৰ আগবঢ়াই আদনান চামীয়ে ৷তেওঁৰ মতে, 130 কোটি মানুহে সহযোগ কৰে তেওঁক আৰু বাকী সহযোগ নকৰা খিনিৰ কথা তেওঁ চিন্তা নকৰে ৷