KAAC election 2022: নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ - ডিফুত 24 প্লাছৰ প্ৰতিবাদ
এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া সাম্ভাব্য কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong autonomous council election)ৰ বাবে সুকীয়া ভোটাৰ তালিকাৰ দাবীত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । সোমবাৰে জিলাখনৰ ২৪ প্লাছ সংগঠনৰ উমৈহতীয়া মঞ্চৰ উদ্যোগত ডিফু নগৰৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত কেইবা শতাধিক লোকে অংশ গ্ৰহণ কৰি প্ৰতিবাদত ডিফু চহৰ উত্তাল কৰি তোলে । মঞ্চৰ মুখপাত্ৰ লিটচন ৰংফাৰে পৰিষদীয় নিৰ্বাচনৰ অসম নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে (Protest against election commission)।
Last Updated : Feb 3, 2023, 8:18 PM IST