অসম

assam

ETV Bharat / videos

ইউক্ৰেইনলৈ নামি আহক শান্তি: নগাঁৱত বিশেষ অনুষ্ঠান - ইউক্ৰেইনৰ শান্তিৰ বাবে

By

Published : Feb 27, 2022, 9:48 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

ধ্বংসস্তুপত পৰিণত হ’ল ইউক্ৰেইন (Russia Ukraine crisis) ৷ যুদ্ধৰ দাৱানলে ধ্বংসস্তুপত পৰিণত হোৱা ইউক্ৰেইনত পুনৰ শান্তি ঘূৰি অহাৰ কামনাৰে নগাঁৱত আয়োজন হয় ‘শান্তি’ নামৰ এক অনুষ্ঠানৰ । নগাঁৱৰ শ্বহীদ ভৱনৰ সমীপত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ‘শান্তি’ নামৰ অনুষ্ঠান আয়োজন (Santi organized in Nagaon for Ukraine’s peace) কৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । এই অনুষ্ঠানৰ পৰাই ইউক্ৰেইনত এতিয়াও আৱদ্ধ হৈ থকা অসম তথা ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক উভতাই অনাৰ বাবে চৰকাৰক আহ্বান জনায় ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details