অসম

assam

ETV Bharat / videos

Zubeen Garg in Qatar : ডোহা ডান্সাৰৰ ৰূপত এইবাৰ জুবিন

By

Published : Nov 28, 2022, 9:48 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

কাটাৰ ফিফা বিশ্বকাপত অন্যান্য ৰূপত হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ (Zubeen Garg enjoyed FIFA world cup in Qatar)৷ কাটাৰ এক বিশেষ স্থানত ডোহা ডান্স কৰিলে জুবিনে (Zubeen Garg Funny Dance in Doha QATAR)৷ এই ডান্সৰ নাম নিজেই ৰাখিলে হাৰ্টথ্ৰ'বগৰাকীয়ে (FIFA fever on Zubeen Garg) ৷ উল্লেখ্য যে, কাটাৰ বিশ্বকাপত দৰ্শকৰ শাৰীত দেখা গৈছিল হাৰ্টথ্ৰ'ব জুবিন গাৰ্গক ৷ ডিঙিত গামোছা লৈ লুচেইল ষ্টেডিয়ামত আনন্দ উল্লাস কৰা দেখা গৈছিল জুবিনক ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details