অসম

assam

By

Published : Nov 4, 2022, 8:20 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / videos

Zubeen Garg in Nalbari: নলবাৰীত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ

নলবাৰীৰ নিউক্লিয়াছ একাডেমীৰ দ্বিতীয় বাৰ্ষিক নৱাগত আদৰণি সভাত উপস্থিত হয় হাৰ্টথ্ৰব জুবিন গাৰ্গ(Zubeen Garg in Nalbari) । শিল্পীগৰাকীয়ে নিউক্লিয়াছ একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত উপস্থিত হৈ গীত পৰিৱেশন কৰি মন্ত্ৰমুগ্ধ কৰে ছাত্ৰ ছাত্ৰীসকলক । সকলো শিক্ষাৰ্থীক ভালদৰে পঢ়া-শুনা কৰি জাতিৰ হৈ কাম কৰিবলৈ জুবিনে জনালে আহ্বান । আনহাতে তেওঁ‌ বৰ্তমান চাৰিখনকৈ চিনেমাৰ কামত ব্যস্ত থকা বুলিও অৱগত কৰে সংবাদমাধ্যমক । জুবিন গাৰ্গৰ উপস্থিতিত এক হৰ্ষোল্লাসৰ পৰিৱেশে বিৰাজ কৰে একাডেমীখনত ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details