অসম

assam

ETV Bharat / videos

বানপানী চাবলৈ গৈ মৃত্যুক সাৱটিলে কামপুৰৰ যুৱকে

By

Published : May 19, 2022, 10:21 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

কামপুৰৰ দাপাৰাত মৃতদেহ উদ্ধাৰ (deadbody found at Kampur)। মৃতদেহটো তিনিদনৰ আগত বানত পৰি নিখোঁজ হোৱা কুঁহিমাৰিৰ বিনন্দ নাথ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে মঙলবাৰে আশীষ নাথ আৰু বিনন্দ নাথে বানপানী চাবলৈ গৈ পিচলি পৰিছিল । আশীষ নাথক স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল যদিও বিনন্দ নাথ তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল । বৃহস্পতিবাৰে SDRF য়ে মৃত অৱস্থাত উদ্ধাৰ কৰে বিনন্দ নাথক ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details