অসম

assam

International Yoga Day: ভাৰত-চীন সীমান্তৰ লুংলাৰ 67 নং SSB ৰ শিবিৰত যোগ দিৱস পালন

By

Published : Jun 21, 2022, 11:47 AM IST

Published : Jun 21, 2022, 11:47 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰত-চীন সীমান্তৰৰ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলাৰ 67 নং SSB ৰ শিবিৰত যোগ দিৱস পালন (Yoga Day celebrated at 67 no SSB camp) ৷ সশস্ত্ৰ সীমা বলৰ 67 নং বাহিনীৰ কামাণ্ডাৰ ৰাজ কুমাৰৰ নেতৃত্বত আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান ক্ৰমে এই সকল জোৱানে পাহাৰৰ উচ্চ শিখৰত যোগ অভ্যাস কৰে ৷ প্ৰতিকূল বতৰ আৰু শীতৰ মাজত SSB ৰ বিষয়া আৰু জোৱান সকলে এইদৰে পালন কৰিছে যোগ দিৱস ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details