অসম

assam

বিশ্ব ফটোগ্ৰাফী দিৱস

ETV Bharat / videos

World Photography Day:ৱৰ্ল্ড ফটোগ্ৰাফী ডে’ ত জানো আহক ৮০ দশকৰ দুগৰাকী ফটো সাংবাদিকৰ মনৰ বতৰা

By

Published : Aug 19, 2023, 6:05 PM IST

তেজপুৰ, ১৯ আগষ্ট :আজি বিশ্ব ফটোগ্ৰাফী দিৱস (World Photography Day) । সমগ্ৰ বিশ্বৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে এই ফটোগ্ৰাফী দিৱস । ১৯৩৯ চনৰ ১৯ আগষ্টৰ পৰা পালন কৰি অহা হৈছে এই ফটোগ্ৰাফী দিৱস । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো পালন কৰা হৈছে World Photography Day ৷ এগৰাকী ফটো সাংবাদিকে নিজৰ বিভিন্ন ফটোৰে এক আকৰ্ষণীয় ফটো প্ৰদৰ্শনীৰ আয়োজন কৰি এই দিৱস উদযাপন কৰিছে ।

১৯৮০ ৰ দশকৰ বিভিন্ন কেমেৰা এই প্ৰদৰ্শনীত দেখিবলৈ পোৱা গৈছে ৷ ৱৰ্ল্ড ফটোগ্ৰাফী ডে’ৰ বিশেষ দিনটোত ফটো সাংবাদিক দুজনে আমাক জানিবলৈ দিলে যে ডিজিটেল কেমেৰা আৰম্ভ হোৱাৰ পূৰ্বে বাতৰি কাকতত প্ৰকাশিত ফটো বিভিন্ন ঠাইৰ পৰা কেনেদৰে পঠোৱা হৈছিল, এজন সাংবাদিকে নিজৰ বাতৰিৰ লগত এখন ফটো পঠাবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিছিল ?

লগতে পঢ়ক : World Photography Day 2023: বিশ্বৰ প্ৰথমখন ফটো তোলাৰ বাবে কিমান সময়ৰ প্ৰয়োজন হৈছিল জানেনে ?

ABOUT THE AUTHOR

...view details