তেজপুৰ চহৰত গজৰাজৰ সন্ত্ৰাস - তেজপুৰ পদুম পুখুৰী
তেজপুৰ চহৰৰ মাজ মজিয়াত গজৰাজৰ সন্ত্ৰাস (Wild elephant terror in Tezpur)। শনিবাৰে সন্ধিয়া ৮ বজাত তেজপুৰৰ জাহাজ ঘাট হৈ চিত্ৰলেখা উদ্যানত প্ৰৱেশ বনৰীয়া হাতীটোৰ । তেজপুৰ এ এছটি চি বাছ আস্থানত(Tezpur ASTC Bus Stoppages) এখন বাহনৰ ক্ষতি সাধন কৰাৰ লগতে কেইবাখনো বাইক মহতিয়াই নিয়ে হাতীটোৱে ৷ ইয়াৰ পাছতে জিলা পৰিবহন বিভাগৰ পিছফালৰ এটা পিটনিত অৱস্থান কৰে হাতীটোৱে । বন বিভাগৰ লোকে তেজপুৰ পদুম পুখুৰীত(Padum Pukhuri Tezpur) বৰ্তমান আবদ্ধ কৰি ৰাখিছে হাতীটোক । গুলি ফুটাই হাতীটো ব্ৰহ্মপুত্ৰৰ পাৰলৈ নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে ।
Last Updated : Feb 3, 2023, 8:27 PM IST