অসম

assam

সৰ্বত্ৰে চৰ্চা এতিয়া অমৃতপাল সিঙৰ প্ৰসংগ

By

Published : Apr 23, 2023, 4:48 PM IST

ETV Bharat / videos

Amritpal Singh’s Viral video : গ্ৰেপ্তাৰৰ পূৰ্বে ক’ত কি কৰি আছিল অমৃতপাল সিঙে ? চাওক ভিডিঅ’

নেশ্যনেল ডেস্ক, 23 এপ্ৰিল :সৰ্বত্ৰে চৰ্চা এতিয়া অমৃতপাল সিঙৰ প্ৰসংগ (Amritpal Singh latest news) ৷ দেওবাৰৰ পুৱা পঞ্জাৱৰ মোগা জিলাত ৱাৰিছ পঞ্জাৱৰ দেৰ মুৰব্বী অমৃতপাল সিঙে আত্মসমৰ্পন কৰে ৷ তাৰ পিচতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷ ইয়াৰ পাচতেই দেওবাৰেই তেওঁক পোনে পোনে লৈ অহা হৈছে ডিব্ৰুগড় কাৰাগাৰলৈ (Amritpal Singh taken to Dibrugarh jail in Assam) ।

পঞ্জাৱৰ মোগা জিলাত অত্মসমৰ্পন কৰাৰ পূৰ্বে অমৃতপাল সিঙৰ কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল (Viral video before Amritpal Singh surrenders)৷ ইয়াৰে এটা হৈছে গুৰুদ্বাৰত প্ৰাৰ্থনা কৰি থকা এটা ভিডিঅ’ (Amritpal Singh’s Viral video) ৷

লগতে পঢ়ক :Amritpal Singh updates: কটকটীয়া নিৰাপত্তা বেষ্টনীৰে ডিব্ৰুগড় পালেহি অমৃতপাল সিং

ABOUT THE AUTHOR

...view details