তেজপুৰস্থিত সেনা শিবিৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং - Sela Tunnel Arunachal Pradesh
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে পৰিদৰ্শন কৰিলে তেজপুৰস্থিত সেনা শিবিৰ (Tezpur Army Camp)৷ তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসম আৰু পূব অৰুণাচল প্ৰদেশৰ ফ্ৰন্টলাইন স্থানসমূহ পৰিদৰ্শন কৰাৰ পাচত তেজপুৰত উপস্থিত হৈ সেনাৰ লগত বৰা খানাত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে (Rajnath Singh visits forward areas in Arunachal)। আনহাতে শুকুৰবাৰে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চেলা পাছৰ সুৰংগ পৰিদৰ্শন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Sela Tunnel Arunachal Pradesh)। প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ পৰিদৰ্শন কালত ভাৰতীয় স্থল সেনাৰ সেনাধ্যক্ষৰ লগত বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST