অসম

assam

নৈত সন্ধানহীন দুজন যুৱক

ETV Bharat / videos

Two teenagers went missing: হাটশিঙিমাৰীত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন দুটি কিশোৰ - ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন

By

Published : Apr 17, 2023, 5:31 PM IST

পশ্চিম বিলসীপাৰা, 17 এপ্ৰিল : হাটশিঙিমাৰীত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈছে দুটি কিশোৰ । হাটশিঙিমাৰীৰ ভাৰত-বাংলা সীমান্তৰ কালিৰ আলগাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা (Hatsingimari teenager missing) । জানিব পৰা মতে, হাটশিঙিমাৰীৰ জাকিৰ হুছেইনৰ দুই পুত্ৰ দিলোৱাৰ হুছেইন(16) আৰু গোলাম মোস্তফা (14) নামৰ দুইভাতৃ সন্ধানহীন হৈ পৰে ব্ৰহ্মপুত্ৰ নদীত (Missing in Brahmaputra river)। 

সোমবাৰে দিনৰ 12 মান বজাত দুই ভাতৃয়ে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰাত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (two teenagers went missing in Brahmaputra river) । সম্প্ৰতি, কিশোৰ দুজনক বিচাৰি স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰ নদীত সন্ধান চলাই আছে যদিও এতিয়ালৈকে SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হোৱা নাই ।

লগতে পঢ়ক :Cheetah Oban free roaming : আৱাসিক এলেকাত মুক্ত বিচৰণ কুনোৰ চিতাৰ; বন বিভাগে কৰিব নোৱাৰে উদ্ধাৰ

ABOUT THE AUTHOR

...view details