অসম

assam

ETV Bharat / videos

মৰাণত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Drugs peddler arrested at Moran

By

Published : Sep 13, 2022, 6:14 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰভাৱে অভিযান চলাই থকা পৰিলক্ষিত হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰাণতো চলিছে ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে এই অভিযান (Mission against intoxication at Moran)। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে নিশা গোপন সূত্ৰৰ পমখেদি ৫ গ্ৰাম ড্ৰাগছ, চিৰিঞ্জসহ AS04 D 6858 নম্বৰৰ এখন মাৰুতী জেন জব্দ কৰাৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে (Drugs peddler arrested at Moran)। ধৃত যুৱক দুগৰাকীৰ নাম আদিত্য ফুকন আৰু শংকু গগৈ ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details