অসম

assam

ETV Bharat / videos

Tiger hunting wild boar : বাঘে বনৰীয়া গাহৰি চিকাৰ কৰাৰ দৃশ্য বন্দী হ’ল পৰ্যটকৰ কেমেৰাত - Hunting scene in forest

By

Published : Oct 31, 2022, 9:33 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

পৰ্যটকৰ কেমেৰাত বন্দী হৈছে এক আকৰ্ষণীয় দৃশ্য (Hunting by tiger)৷ এখন বনাঞ্চলত এটা বাঘে বনৰীয়া গাহৰি চিকাৰ কৰা দৃশ্য বন্দী হ’ল পৰ্যটকৰ কেমেৰাত (Hunting scene in forest)। বাঘটো গাহৰিটোৰ পিছে পিছে দৌৰি অৱশেষত খাদ্য হিচাবে লাভ কৰিবলৈ সক্ষম হ'ল । বাঘৰ চিকাৰৰ এই দৃশ্য কৰ্ণাটকৰ ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details