অসম

assam

তিনি যুৱক আটক

By

Published : May 6, 2023, 10:51 PM IST

ETV Bharat / videos

Pistol recovered : বদৰপুৰত অবৈধ পিষ্টলসহ তিনি যুৱক আটক

কৰিমগঞ্জ, 6 মে’ :বদৰপুৰ আৰক্ষীৰ ডাঙৰ সফলতা ৷ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই পিষ্টলসহ আটক কৰে তিনি যুৱকক ৷  অবৈধভাৱে কঢ়িয়াই অনা অস্ত্ৰৰ সৈতে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

উক্ত ঘটনাত স্থানীয় ৰাইজে বদৰপুৰলৈ অবৈধ আগ্নেয়াস্ত্ৰৰ আমদানি ঘটিছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰা যুৱককেইজনক লৈ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে (Badarpur police detained three youth) ৷

পিষ্টল আমদানিৰ ক্ষেত্ৰত উগ্ৰপন্থী সংগঠনৰ লগত কোনো সম্পৰ্ক আছে নেকি সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ খবৰ অনুসৰি গোপন সূত্ৰৰ তথ্যত বদৰপুৰ আৰক্ষীয়ে আলেকাৰগুলত অভিযান চলাই নাহুবজাৰ অঞ্চলৰ পৰা মমিন উদ্দিন, মহম্মদ ইব্ৰাহিম, জৈনাল আহমেদক পিষ্টলসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :New born baby body recovered: কুকুৰে ভক্ষণ কৰিলে নৱজাতকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details