অসম

assam

Counterfeit currency seized: নকল টকাসহ আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী

By

Published : Jan 10, 2023, 10:33 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

নগাঁও জিলাৰ ৰহাৰ সৰাগাঁৱত কামপুৰ আৰক্ষীৰ অভিযান (Police operation at Raha) ৷ অভিযানত নকল টকাসহ তিনিজন লোকক আটক কৰে আৰক্ষীয়ে (Three arrested with counterfeit note) ৷ ধৃত লোক কেইজনৰ পৰা এপেকেট নকল টকাসহ এটা নকল টকা বনোৱা মেচিন আৰক্ষীয়ে জব্দ কৰে (Fake currency making machine) ৷ গোপন সূত্ৰৰ পম খেদি কামপুৰ আৰক্ষীয়ে চলাইছিল অভিযান ৷ ধৃত লোক কেইজন আনাৰুল আলী, নজৰুল ইছলাম আৰু চাহাব উদ্দিন ৷ ধৃত তিনিওৰে ঘৰ লখিমপুৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । বৰ্তমান কামপুৰ আৰক্ষীয়ে আনাৰুল আলী, নজৰুল ইছলাম আৰু চাহাব উদ্দিনক জেৰা অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details