অসম

assam

By

Published : Oct 13, 2022, 6:31 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / videos

Thief arrested in Mangoldoi:মঙলদৈত আৰক্ষীৰ জালত চোৰৰ দল

বিভিন্ন সময়ত অসম আৰক্ষীয়ে চলোৱা (Assam police mission against criminals) অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ হৈছে বহুতো অপৰাধী । ইয়াৰ মাজতেই মঙলদৈ আৰক্ষীৰ সফলতা । আৰক্ষীৰ জালত পৰিল ৭ টাকৈ চোৰ (Thief arrested at Mangaldoi) । যোৱা বুধবাৰে নিশা মঙলদৈ আৰক্ষীয়ে ধূলা হিৰাপাৰা গাঁৱৰ পৰা ৭ টাকৈ চোৰক গ্ৰেপ্তাৰ কৰে । দীৰ্ঘদিন ধৰি বহু ঠাইৰ পৰা চাইকেল, পানী উত্তোলন কৰা মটৰ, টাইল্ছ কটা মেচিনকে ধৰি বিভিন্ন ধৰনৰ সামগ্ৰী চুৰি কৰি অঞ্চলটোত তাণ্ডব চলাই আহিছিল । আৰক্ষীয়ে কৰায়ত্ব কৰা চোৰকেইটা হৈছে আহমদ আলী, নুৰুল আমিন, হুচেইনে আলী, তফিজুৰ ৰহমান, হজৰত বিল্লাল, খুৰচিদ আলি আৰু জিয়াৰুল হক ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details