অসম

assam

জলজলী হাইস্কুলত চুৰি

ETV Bharat / videos

Crime in Mangoldoi: মঙলদৈৰ জলজলী হাইস্কুলত চুৰিকাণ্ড - মঙলদৈৰ জলজলী হাইস্কুলত চুৰি কাণ্ড

By

Published : May 8, 2023, 2:19 PM IST

দৰং, ৮ মে':মঙলদৈৰ জলজলী হাইস্কুলত নিশা সংঘটিত হৈছে চুৰি কাণ্ড (Theft in Mangoldoi school)। চোৰে লুটি নিলে বিদ্যালয়ৰ কম্পিউটাৰ , মাইকচেট আৰু পানী মটৰ । শিক্ষক আৰু কৰ্মচাৰীয়ে সোমবাৰে পুৱা বিদ্যালয়লৈ অহাৰ পিছত তিনিটা কম্পিউটাৰ, এটা মাইকচেট আৰু এটা পানী মটৰ নিয়াৰ বিষয়ে জানিব পাৰে (Theft in Jaljali High School Mangaldoi)। তদুপৰি প্ৰতিটো কোঠাই কৰে লণ্ড ভণ্ড । 

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তুনতুন ডেকাই কয় যে চোৰে বিদ্য়ালয়ৰ পৰা কেতিয়া চুৰি কৰিছে সেই বিষয়ে জানিব পৰা হোৱা নাই । বিদ্যালয় খুলিব আহি দেখা পাই শিক্ষক কৰ্মচাৰীয়ে হতভম্ব হৈ পৰে । পিচত শিক্ষক আৰু কৰ্মচাৰীয়ে এই বিষয়ে আৰক্ষীক অৱগত কৰে ।

লগতে পঢ়ক:Doctor couple’s child abuse case: জেৰাৰ সন্মুখীন ডাঃ সংগীতা; আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা মনোৰোগ বিশেষজ্ঞাৰ

ABOUT THE AUTHOR

...view details