অসম

assam

ETV Bharat / videos

Girl Drowned In River:আই নৈত সন্ধানহীন কিশোৰীৰ মৃতদেহ উদ্ধাৰ - Missing news in Bongaigaon

🎬 Watch Now: Feature Video

আই নৈত গা ধুবলৈ নামোতেই মৃত্য়ু

By

Published : Jul 24, 2023, 9:11 PM IST

চিৰাং, ২৪ জুলাই:বঙাইগাঁৱত বোল বোমলৈ অহা কিশোৰীৰ মৃতদেহ উদ্ধাৰ । বোল বোম উপলক্ষে আই নৈত গা ধুবলৈ নামি তুলসী বৰ্মন (১৫) নামৰ কিশোৰীগৰাকী দেওবাৰে সন্ধানহীন হৈছিল । পুৱাৰে পৰা এছডিআৰএফে উদ্ধাৰ অভিযানত নামে আই নৈত । এছডিআৰএফে দীৰ্ঘ সময় অভিযান চলাই নিৰুদ্দিষ্ট কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।  

নিহত তুলসী বৰ্মনৰ ঘৰ গোৱালপাৰাৰ দুধনৈত। বঙাইগাঁৱৰ খাৰিজা দোলাইগাঁৱৰ ২য় খণ্ডৰ মোমায়েকৰ ঘৰলৈ আহি বোল বোম উপলক্ষে গা ধুবলৈ গৈছিল তুলসী। পুৱতি নিশা ৩.৩০ বজাত উত্তৰ বঙাইগাঁও পি পি থানাৰ অন্তৰ্গত দক্ষিণ ডাউকীঝাৰ আইনদীৰ ঘাটত গা-ধুৱলৈ গৈ সন্ধানহীন হৈছিল কিশোৰীগৰাকী । 

লগতে পঢ়ক:Pathetic Trasnportation Condition in Amguri: দিখৌমুখ ত্ৰিবেণী সংগমত বিপদসংকুল যাতায়ত ৰাইজৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details