অসম

assam

ETV Bharat / videos

TAYPA on Assam Bandh: ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ 12 ঘণ্টীয়া অসম বন্ধ সমৰ্থন নকৰে টাইপাই

By

Published : Nov 14, 2022, 9:50 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

মঙলবাৰে ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধত সমৰ্থন নাই টাইপাৰ (Assam Bandh called by Six schedule joint forum) । মঙলবাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই দিয়া অসম বন্ধক সমৰ্থনৰ পৰা বিৰত আছে বুলি সোমবাৰে মৰাণত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইয়ে সাংবাদিকক জানিবলৈ দিয়ে (TAYPA does not support Assam Bandh) । বৰঞ্চ টাইপাৰ বেনাৰ লৈ আহ্বান জনোৱা অসম বন্ধৰ পৰা টাইপাৰ নামটো আঁতৰত ৰাখিবলৈ আহ্বান জনাই ছয় জনগোষ্ঠীয় যৌথ মঞ্চক ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details