Tang soo do compition: নাৰেঙ্গী কলেজত ৰাজ্যিক ভিত্তিত টাং ছু ড' প্ৰতিযোগিতা - Tang soo do compition
আই টি এফ টাং ছু ড' স্পৰ্টছ এছ’চিয়েছন, অসম(ITF TANG SOO DO Sports Association of Assam)ৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত আৰম্ভ হৈছে ১০ সংখ্যক ৰাজ্যিক ভিত্তিত টাং ছু ড' প্ৰতিযোগিতা(Tang soo do compition in Guwahati) । অসমৰ ১৭ জিলাৰ মুঠ ৩৫০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাৰ আজি অৰ্থাৎ দেওবাৰে সামৰণি পৰিব । প্ৰতিযোগিতাৰ প্ৰথম দ্বিতীয় তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক সোণ,ৰূপ আৰু ব্ৰঞ্জ মেডেল প্ৰদান কৰা হ’ব । শনিবাৰে বিয়লি ভাগত অনুষ্ঠিত প্ৰতিযোগিতাৰ পূৰ্বে সমৰ কলাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখনি কৰ্মশালাও অনুষ্ঠিত কৰা হয় ।
Last Updated : Feb 3, 2023, 8:33 PM IST